মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
স্বচ্ছ ভাৰত অভিযান (নগৰ)
স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ উপাদানসমূহ

মুকলিত মল ত্যাগ মুক্ত শিষ্টাচাৰ

        ৱাৰ্ড/চহৰৰ মল ত্যাগ মুক্তৰ সংজ্ঞা – এখন চহৰ বা ৱাৰ্ড তেতিয়াই ODF বুলি ঘোষণা কৰা হয় তেতিয়া সেই নগৰ/ৱাৰ্ডৰ কোনো লোকে কেতিয়াও বাহিৰত মল ত্যাগ নকৰে। মুকলিত সমল ত্যাগমুক্ত অঞ্চল বুলি বিবেচিত হবলৈ কিছুমান নিয়ম আৰু প্ৰয়োজনীয় বুনিয়াদী সুবিধা (আন্তঃগাঁথনি) প্ৰদানৰ লক্ষ্যত উপনীত হব লাগিব।

১। সকলো গৃহত, যত শৌচালয় সজাৰ ঠাই আছে তাত যাতে এটা হলেও শৌচালয় থাকে।

২। যিসকলৰ ঘৰত শৌচালয় সজাৰ ঠাই নাই তেওঁলোকে প্ৰাতঃফৰ্ম কৰাৰ যাতে ৫০০ মিটাৰৰ ভিতৰত সূহীয়া শৌচাগাৰ ব্যৱহাৰ সুবিধা পায়।

৩। সকলো ব্যৱসায়িক অঞ্চলত ১ কিলোমিটাৰ ভিতৰত ৰাজহুৱা শৌচাগাৰ থাকিব লাগে।

৪। ২০১১ৰ পৰা নিৰ্মাণ হোৱা ঘৰসমূহৰ শৌচালয় নিৰ্মাণ বৰ্ণনা স্বচ্ছ ভাৰত মিছন (SBM) – Urban Portalত আপলড কৰাটো বাধ্যতামূলক।

৫। সকলোবোৰ সমূহীয়া আৰু ৰাজহুৱা শৌচালয়সমূহ নিৰ্মাণ কৰা তাৰিখ সম্বলিত ফটো (SBM) – Urban Portalত আপলড কৰাটো বাধ্যতামূলক।

মুকলিত মল ত্যাগ বৰ্জিত অঞ্চল হিচাপে স্বীকৃতি পাবলৈ ওপৰোক্ত কাৰ্যসমূহ নগৰ ৱাৰ্ডসমূহে সম্পূৰ্ণ কৰিব লাগিব।

 

Downloads
TitleSizeDetail
PDF icon Open Defecation Free (ODF) Protocol172.3 KBswf-image