মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

আগবঢ়োৱা সেৱাসমূহ

  • নগৰ উন্নয়ন বিভাগৰ দ্বাৰা প্ৰদান কৰা সেৱাসমূহঃ

     চাবলৈ চোৱাইপ কৰক-

     

    ক্ৰ. নং.সেৱাসমূহসৰ্তসময় সীমা/ প্ৰবাহমাচুলবিষয়া

     

    প্ৰশাসনীক অনুমোদন জাৰি

    ক) বাজেট উপবন্ধ

    খ) প্ৰাথমিকতাৰ সূচী

    গ) পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অনুমোদন

    ঘ) বিত্ত বিভাগৰ সন্মতি

    ঙ) পৰিকল্পনা আৰু প্ৰাককলন

    চ) কামৰ কাৰণে ভূমিৰ পৰ্যাপ্ততা

    ৩০ দিন

    X

     

     

    বিত্তীয় মঞ্জুৰী জাৰি

    ক) বাজেট উপবন্ধৰ পৰ্যাপ্ততা

    খ) সমুচিত এইচ/এ

    গ) ৰাজ্যিক বাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অনুমোদন

    ঘ) পূৰ্বৰ মঞ্জুৰীৰ ইউ.চি.সমূহৰ দাখিল

    ৩০ দিন

    X

     

    এফ অ চি জাৰি

    ক) বিত্ত বিভাগৰ দ্বাৰা নিৰ্দ্ধাৰিত সময়সীমা অনুসৰি এফ অ চি জাৰি

    খ) অনলাইনৰ দ্বাৰা এফ অ চি জাৰি প্ৰক্ৰিয়া আৰম্ভ

    গ) কেন্দ্ৰ প্ৰযোজিত আঁচনিৰ ক্ষেত্ৰত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অনুমোদন

    বিত্ত বিভাগৰ পৰা ৰছিদ লাভ কৰাৰ ৫ দিনৰ পিছত

    X

     

    মহাগাণনিকৰ কাৰ্যালয়লৈ পেন্সনৰ কাগজসমূহ প্ৰেৰণ

    ক) সাধাৰণ পেন্সন

    ১. ফৰ্ম নং ১

    ২. ফৰ্ম নং ২

    ৩. ফৰ্ম নং ১৯

    ৪. ফৰ্ম নং ১(ক)

    ৫. ডি.চি.আৰ.জি.ৰ মনোনয়ন ফৰ্ম

    ৬. নমুনা চহী- ২ টা চেট গেজেটেড বিষয়াৰ দ্বাৰা প্ৰত্যায়িত

    ৭. বৰ্ণনামূলক বহী

    ৮. পতী/পত্নীৰ যুটীয়াভাৱে থকা পাছপোৰ্ট আকাৰৰ ফটো

    ৯. শেষতীয়া বেতন প্ৰমাণপত্ৰ

    ১০. শেষতীয়া ১০ মাহৰ গড় বেচিক বেতনৰ বিবৃত্তি

    ১১. মৃত্যু প্ৰমাণপত্ৰ/ পৰিয়ান পেন্সনৰ আবেদনৰ সৈতে পৰিয়াল পেন্সনৰ ক্ষেত্ৰত আইন সংগত উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ

    ১০ দিন

    X

     

    ছুটীৰ মঞ্জুৰী

    ক) নিৰ্দ্ধাৰিত বিন্যাসত আবেদন

    খ) মহাগাণনিকৰ কাৰ্যালয়ৰ পৰা স্বীকাৰ্যৰ প্ৰতিবেদন

    গ) মামলা অনুসৰি বিভাগৰ সচিব, আয়ুক্ত সচিবৰ পৰা অনুমোদন

    মহাগাণনিকৰ কাৰ্যালয়ৰ পৰা ছুটীৰ স্বীকাৰ্য প্ৰতিবেদন লাভ কৰাৰ ১০ দিনৰ পিছত

    X

     

    মহাগাণনিকৰ কাৰ্যালয়লৈ ডি.চি.জি.এছ.ৰ ঝাৰুৱালাৰ পেন্সন

    ক) সাধাৰণ পেন্সন

    ১. ফৰ্ম নং ১

    ২. ফৰ্ম নং ২

    ৩. ফৰ্ম নং ১৯

    ৪. ফৰ্ম নং ১(ক)

    ৫. ডি.চি.আৰ.জি.ৰ মনোনয়ন ফৰ্ম

    ৬. নমুনা চহী- ২ টা চেট গেজেটেড বিষয়াৰ দ্বাৰা প্ৰত্যায়িত

    ৭. বৰ্ণনামূলক বহী

    ৮. পতী/পত্নীৰ যুটীয়াভাৱে থকা পাছপোৰ্ট আকাৰৰ ফটো

    ৯. শেষতীয়া বেতন প্ৰমাণপত্ৰ

    ১০. শেষতীয়া ১০ মাহৰ গড় বেচিক বেতনৰ বিবৃত্তি

    ১১. মৃত্যু প্ৰমাণপত্ৰ/ পৰিয়ান পেন্সনৰ আবেদনৰ সৈতে পৰিয়াল পেন্সনৰ ক্ষেত্ৰত আইন সংগত উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ

    ১০ দিন

    X

     

    এল টি চি জাৰিকৰণ

    ক) এল টি চি কাৰণে আবেদনক নিয়ন্ত্ৰক বিষয়াৰ জৰিয়তে প্ৰস্তাবিত ভ্ৰমণৰ নিৰ্দ্ধাৰিত তাৰিখৰ ১৫ দিনৰ আগতে দাখিল কৰিব লাগে

    খ) মনস্থ কৰা ঠাইৰ সৈতে যাত্ৰাৰ উদ্দেশ্য স্পষ্টভাৱে উল্লেখকৰিব লাগিব

    গ)ছুটীৰ প্ৰকাৰ উল্লেখ কৰিব লাগিব

    ঘ) বিষয়াৰ লগত ভ্ৰমণ কৰিবলগীয়া পৰিয়ালৰ সদস্যসকলৰ বয়সৰ সৈতে বিৱৰণ

    ঙ) বিষয়াসকলে এইটো স্পষ্ট কৰিব লাগিব যে ব্লক বৰ্ষত তেওঁলোকে আগতে কোনো এল.টি.চি./ এইছ.এল.টি.চি. লোৱা নাই।

    ১০ দিন

     

     

    ঝাড়ুৱালা, ডি.চি.এছ.এছ.ৰ স্থাপনা বিষয়ঃ

    ক) ছুটী এনকেচমেণ্ট

    খ) সাধাৰণ ভৱিষ্য নিধি

    ক) ক্ৰেডিটত ছুটীৰ উপলব্ধতা

    খ) নিৰন্তৰ সেৱাৰ ২৫ বৰ্ষৰ সমাপ্তি

    ১০ দিন

    ২০ দিন

    X

    X

     

    ঝাড়ুৱালা, ডি.চি.এছ.এছ.ৰ ছুটীৰ মঞ্জুৰী

    ক) ফৰ্মেটত আবেদন

    খ) ছটীৰ নথি লেখ্য অনুসৰি ছুটী স্বাকাৰ্য প্ৰতিবেদন

    ১০ দিন

    X

     

    ১০

    ডি.চি.এছ.এছ.ৰ অধীনত নিৰ্দ্ধাৰিত বেতনৰ আদায়

    ক) বিৰতি নোলোৱাকৈ দায়িত্ব

    খ) কাম নহলে বেতন নহয়

    ২০ দিন

    X

     

    ১১

    তথ্য জনাৰ অধিকাৰ অধীনত তথ্য জাৰি

    ক) বিভাগত উপলব্ধ তথ্যৰ যোগান দিয়া।

    খ) সংশ্লিষ্ট লোক পৰ্তৃপক্ষলৈ তথ্য জনাৰ অধিকাৰ আবেদন প্ৰেৰণ।

    গ) বিনামূলীয়া সেৱাৰ বাবে বি.পি.এল. প্ৰমাণ পত্ৰ

    ৩০ দিন

    প্ৰতিখন কাগজত ১০ টকা আৰু ২ টকা

     

    ১২

    ৱেবছাইটত আইন/নিয়ম/কাৰ্য্যালয় নিয়মাৱলী

    প্ৰক্ৰিয়াধীন

    ৩০ দিন

     

     

    ১৩

    ৱেবছাইট আপডেটকৰা

    আদেশ/কাৰ্য্যালয় নিয়মাৱলী/ জাননী আদি

    ২ দিন

    X

     

    ১৪

    চৰকাৰৰ দ্বাৰা ৫ বছৰৰ নিৰ্দিষ্ট সময়সীমাৰ বাবে  পাদেন সদস্যসকল আৰু উন্নয়ন কৰ্তৃপক্ষৰ সভাপতিৰ নিযুক্তি

    ২. চৰকাৰৰ দ্বাৰা পৌৰ বোৰ্ড/টাউন কমিটিৰ সদস্যসকলৰ নিযুক্তি

    অসম টাউন আৰু দেশ পৰিকল্পনা আইন, ১৯৫৯(সংশোধিত)ৰ অধ্যায় ৮(খ) ১ ৰ অধীনত

     

    অসম পৌৰ আইন, ১৯৫৯(সংশোধিত)ৰ ১১(২) দফাৰ অধীনত পৌৰ নিগম প্ৰশাসনত বিশেষ জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিক নিযুক্ত কৰা হয়।

    ৩০ দিন

     

     

     

     

     

     

    ৩০ দিন

    X

     

     

     

     

     

     

    X

     

    ১৫

    আৰ.টি.পি.এছ. ৰ অধীনত অতিৰিক্ত সেৱাসমূহ

    পৰ্য্যায়ক্ৰমে জাননী দিয়া হয়।

    ৩০ দিন

    X