মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

কাম

  • নগৰ উন্নয়ন বিভাগৰ দ্বাৰা পৰিচালিত কামসমূহ

    • ৰাস্তা, নলা, কাল্ভাৰ্ট, বজাৰ কমপ্লেক্স, বাছ টাৰ্মিনেল আদিৰ দৰে আন্তঃগাঁঠনিমূলক সুবিধাসমূহৰ সৃষ্টি কৰা।
    • নগৰৰ দৰিদ্ৰতাৰ হ্ৰাস কৰা
    • নগৰৰ দৰিদ্ৰসকলৰ কাৰণে আৱাসৰ সুবিধাৰ সৃষ্টি কৰা
    • নগৰীয়া স্থানীয় সংস্থাৰ কাৰণে মুখ্য পৰিকল্পনাৰ প্ৰস্তুতি কৰা
    • নগৰীয়া স্থানীয় সংস্থাৰ কাৰণে উন্নয়নমূলক কাৰ্যকলাপৰ সৃষ্টি কৰা
    • নগৰীয়া স্থানীয় সংস্থাত কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ৰূপায়ন
    • নগৰীয়া স্থানীয় সংস্থাত বস্তি অঞ্চলৰ উন্নয়ন।
    • বিভিন্ন আঁচনিৰ কাৰ্য্যকৰীকৰণৰ কাৰণে বাৰ্ষিক পৰিকল্পনাৰ প্ৰস্তুতি।
    • কেন্দ্ৰীয়ভাৱে স্পন্ছৰ আঁচনিসমূহ আৰু ৰাজ্যৰ অন্যান্য আঁচনিসমূহৰ প্ৰস্তুতি, দাখিল আৰু কাৰ্য্যকৰীকৰণ।
    • নগৰীয়া স্থানীয় সংস্থা, উন্নয়ন কৰ্তৃপক্ষ আৰু অন্যান্য বিভাগীয় কাৰ্য্যালয়সমূহৰ গঠন কৰা।
    • সংশোধন, প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ।
    • বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে সম্বন্বয়ৰ কাৰ্য।
    • বিভাগৰ কামৰ চোৱা-চিতা কৰা।
    • মুখ্য পৰিকল্পনাৰ প্ৰস্তুতি/পুনঃৰীক্ষণ কৰা।
    • নগৰীয় গৃহ নীতি
    • নগৰীয়া পানী, পয়ঃপ্ৰণালী আৰু অনাময় নীতি।
    • আত্ম সংস্থাপনৰ বাবে নগৰৰ দৰিদ্ৰসকলৰ প্ৰশিক্ষণ
    • নগৰৰ দৰিদ্ৰসকলৰ বাবে দৰিদ্ৰতা হ্ৰাস আৰু পুনঃপ্ৰতিষ্ঠা কৰা।