মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

ক্লাইণ্টসকল

  • নগৰ উন্নয়ন বিভাগৰ ক্লাইণ্টসকল হৈছেঃ

    পৌৰ প্ৰশাসনৰ সঞ্চালক, অসম, সঞ্চালক, নগৰ আৰু দেশ পৰিকল্পনা, অসম, প্ৰৱন্ধ সঞ্চালক, অসম নগৰীয়া পানী যওগান আৰু পয়ঃপ্ৰণালী পৰিষদ, সচিব, অসম ৰাজ্যিক গৃহ পৰিষদ আৰু ৰাজ্যৰ নগৰ অঞ্চলৰ নাগৰিকসকল, পৌৰ সংস্থাসমূহ আৰু নগৰ কমিটিসমূহ, নগৰীয়া স্থানীয় সংস্থাৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু উন্নয়ন কৰ্তৃপক্ষৰ নিৰ্বাচিত প্ৰতিনিধিসকল।