মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

স্বচ্ছ ভাৰত অভিযান (নগৰ)

অভিযানৰ উদ্দেশ্যসমূহ

অভিযানৰ উদ্দেশ্যসমূহ:

  • মুকলিত মল ত্যাগ কৰা অভ্যাসৰ বৰ্জন
  • হাতেৰে জাবৰ চাফা কৰা কাৰ্যৰ সমাপ্তি ঘটোৱা
  • আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে পৌৰসভাৰ আৱৰ্জনা ব্যৱস্থাপনা
  • স্বাস্থ্যকৰ স্বচ্ছ অভ্যাসৰ দ্বাৰা স্বভাৱগত আচৰণৰ সালসলনি ঘটোৱা
  • স্বচ্ছতা আৰু ইয়াৰ জনস্বাস্থ্যৰ সৈতে থকা সম্বন্ধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা
  • ইউ.এল.বিসমূহৰ ক্ষমতা বৃদ্ধি কৰি বেচৰকাৰী ক্ষেত্ৰত ধন ব্যয় (কেপেক্স) আৰু কাৰ্য আৰু ব্যৱস্থাপনা (অপেক্স)ত অংশগ্ৰহণ কৰিবৰ বাবে সঠিক পৰিবেশৰ সৃষ্টি কৰা।