মুখ্য পৰিকল্পনাৰ মুখ্য বিষয়সমূহ এনে ধৰণৰ –
- বস্তুগত বৈশিষ্ট্য আৰু প্ৰাকৃতিক সম্পদ
- চহৰৰ দ্বাৰা প্ৰবাহিত অঞ্চল/ভিতৰুৱা অঞ্চল আৰু বসতি জনগাঁথনি
- অৰ্থনৈতিক আধাৰৰ গঠনৰ লগতে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক খণ্ডত নিয়োগ
- বাসস্থান নিৰ্মাণ আৰু আশ্ৰয় প্ৰদান
- সামাজিক আন্তঃগাঁথনি (স্বাস্থ্য আৰু শিক্ষা)
- পৰিবহন যোগাযোগ (স্থলপথ, ৰেলপথ, জলপথ আৰু আকাশমাৰ্গ)
- সেৱা আৰু উপযোগ (পানী যোগান, নিষ্কাষণ আৰু নৰ্দমা, কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু শক্তি)
- ভূমিৰ ব্যৱহাৰ
- সম্পদসমূহৰ ব্যৱহাৰ আৰু বিনিয়োগ আঁচনি