মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

মাষ্টাৰ প্লেনৰ প্ৰস্তুতিকৰণ

মুখ্য পৰিকল্পনা

মুখ্য পৰিকল্পনা হৈছে এনে এক সাংবিধানিক দলিল যাক গঠন কৰা হয় নগৰ অঞ্চলৰ সু-শৃংখলিত আৰু পদ্ধতিগত উন্নয়নৰ বাবে।

এখন মুখ্য পৰিকল্পনা গঠনৰ বাবে কিছুমান নিয়মাৱলী মানি চলাটো নিতান্তই প্ৰয়োজনীয় আৰু প্ৰক্ৰিয়া আৰু পণ্যভিত্তিক উভয় প্ৰকাৰৰ হব পাৰে। নগৰ অঞ্চলসমূহৰ সঠিক গঠন আৰু ব্যৱস্থাপনাৰ বাবে যথাযথ আৰু গুৰুত্বপূৰ্ণ তথ্যসমূহ একো একোটা নিৰ্দিষ্ট সময় সীমাৰ অন্তৰালত সু-শৃংখলিতভাৱে সংগ্ৰহ কৰি এক বিশেষ স্থান-ভিত্তিক নক্সা প্ৰস্তুত কৰিব লাগে।