মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

মাষ্টাৰ প্লেনৰ প্ৰস্তুতিকৰণ

কাৰ্যাৱলীসমূহ

মুখ্য পৰিকল্পনাৰ কাৰ্যাৱলীসমূহ হৈছে এনে ধৰণৰ –

  • নগৰ অঞ্চলৰ নাগৰিক জীৱনৰ মানদণ্ড উন্নতকৰণৰ বাবে নগৰ উন্নয়নৰ ব্যৱস্থাসমূহ সু-শৃংখলিতভাৱে সমাপন কৰা।
  • নগৰ ভূমি ব্যৱস্থা কৰোতাসকলৰ মাজত থকা .জটিল সম্পৰ্ক সু-শৃংখলিত কৰা আৰু পাৰস্পৰিক সহযোগিতা গঠন কৰা
  • গঠন আৰু পৰিৱৰ্তনৰ এনে তালিকা প্ৰস্তুত আৰু সময়ে সময়ে হোৱা পৰিৱৰ্তনৰ প্ৰতি সজাগ হোৱা।
  • সামাজিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যসমূহৰ ব্যাপক গৱেষণাসমূহৰ ওপৰত ভিত্তি কৰি চহৰ/নগৰখনৰ পোনপটীয়া উন্নয়নত গুৰুত্ব দিয়া
  • প্ৰস্তাৱিত উন্নয়নমূলক গঠনৰ বাবে বিভিন্ন সম্পদসমূহৰ যথাযথ ব্যৱহাৰৰ পৰিকল্পনা প্ৰস্তুত কৰা।

এখন মুখ্য পৰিকল্পনাৰ ৰূপায়ণে এনেদৰে এখন চহৰ/নগৰ সু-শৃংখলিত তথা দীৰ্ঘম্যাদী উন্নয়নত বিশেষ ভূমিকা পালন কৰে আৰু সু-শাসনপ্ৰাপ্তিত অৰিহণা যোগায়।