মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

মাষ্টাৰ প্লেনৰ প্ৰস্তুতিকৰণ

মুখ্য পৰিকল্পনাৰ গঠন

নগৰৰ বসতিস্থল নিৰ্মাণৰ পদ্ধতিসমূহৰ নিয়মাৱলীসমূহ নগৰ উন্নয়ন পৰিকল্পনা গঠন আৰু ৰূপায়ণ নিৰ্দেশিকা, ১৯৯৬ত বিশদভাৱে বৰ্ণনা কৰা হৈছে। এই নিৰ্দেশিকাৰ অন্তঃবস্তুসমূহ এনে ধৰণৰ –

  • উন্নয়নত দেখা দিয়া সমস্যাসমূহ আৰু বৰ্তমানৰ পৰিবেশ
  • অনুমানিত প্ৰয়োজনসমূহ আৰু অভাৱৰ মূল্যায়ন
  • গঠনমূলক লক্ষ্য আৰু উদ্দেশ্য
  • গঠনমূলক প্ৰস্তাৱ
  • সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ প্ৰস্তাৱ
  • ৰূপায়ণ
  • নিৰীক্ষণ আৰু পৰ্যালোচনা।