মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অটল মিচন-আয়ু বৰ্দ্ধন আৰু নগৰীয়া ৰূপান্তৰণৰ বাবে

অভিযানৰ স্থিতাৱস্থা

  • ভাৰতৰ চহৰসমূহৰ সৰ্বব্যাপী উন্নয়নৰ বাবে পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান প্ৰকল্পৰ আৰম্ভণি হৈছিল ২০১৫ চনত। এই প্ৰকল্পৰ ম্যাদ হৈছে ২০১৫-২০২০।
  • ভাৰত চৰকাৰৰ দ্বাৰা পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান প্ৰকল্পৰ বাবে মনোনীত অসমৰ চহৰসমূহ এনে ধৰণৰ-

 ১. ডিব্ৰুগড়, ২. গুৱাহাটী, ৩. নগাঁও, ৪. শিলচৰ

  • ছাৰ্ভিচ লেভেল ইমপ্ৰুভমেণ্ট পৰিকল্পনা (SLIP) – ৬৫৭.১৪ কোটি
  • ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা (ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা )

      ১. ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা -১ (২০১৫-১৬)

      মুঠ পৰিমাণ – ১৮৮.১৬ কোটি

      ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা  ২০১৫-১৬ৰ মুখ্য প্ৰকল্পসমূহ –

      ৪খন মিছন চহৰত ৪খন উদ্যান (৪.৭ কোটি)

      ডিব্ৰুগড়ত পানী যোগান প্ৰকল্প (১৮৩.৪৬ কোটি)

২. ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা -২ (২০১৬-১৭)

     মুঠ পৰিমাণ – ২১৮.৭৬ কোটি

      ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা  ২০১৫-১৬ৰ মুখ্য প্ৰকল্পসমূহ –

      ৪খন মিছন চহৰত ৪খন উদ্যান (৫.৪৭ কোটি)

      নগাঁৱত পানী যোগান প্ৰকল্প (২১৩.২০ কোটি)

৩. ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা -৩ (২০১৭-২০)

      মুঠ পৰিমাণ – ২৫০.৩১ কোটি

      ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা  ২০১৬-১৭ৰ মুখ্য প্ৰকল্পসমূহ –

      ৪খন মিছন চহৰত ৪খন উদ্যান (৬.২১ কোটি)

      শিলচৰত পানী যোগান প্ৰকল্প (১৬১.৩৫ কোটি)

      গুৱাহাটীত মটৰৰহিত পৰিবহন ব্যৱস্থা (৮২.৭৪ কোটি)

  • প্ৰকল্পৰ ৰূপায়ণৰ পিছৰ অগ্ৰগতি

পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান প্ৰকল্প আঁচনিৰ ২য় বৰ্ষপূৰ্তিত ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা ৰ অধীনত ৩খন পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান  চহৰ ক্ৰমে নগাঁও, শিলচৰ আৰু ডিব্ৰুগড়ত উদ্যান সথাপনৰ বাবে আধাৰশিলা স্থাপন।

 
 
 

Downloads