১. ডিব্ৰুগড়, ২. গুৱাহাটী, ৩. নগাঁও, ৪. শিলচৰ
১. ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা -১ (২০১৫-১৬)
মুঠ পৰিমাণ – ১৮৮.১৬ কোটি
ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা ২০১৫-১৬ৰ মুখ্য প্ৰকল্পসমূহ –
৪খন মিছন চহৰত ৪খন উদ্যান (৪.৭ কোটি)
ডিব্ৰুগড়ত পানী যোগান প্ৰকল্প (১৮৩.৪৬ কোটি)
২. ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা -২ (২০১৬-১৭)
মুঠ পৰিমাণ – ২১৮.৭৬ কোটি
ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা ২০১৫-১৬ৰ মুখ্য প্ৰকল্পসমূহ –
৪খন মিছন চহৰত ৪খন উদ্যান (৫.৪৭ কোটি)
নগাঁৱত পানী যোগান প্ৰকল্প (২১৩.২০ কোটি)
৩. ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা -৩ (২০১৭-২০)
মুঠ পৰিমাণ – ২৫০.৩১ কোটি
ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা ২০১৬-১৭ৰ মুখ্য প্ৰকল্পসমূহ –
৪খন মিছন চহৰত ৪খন উদ্যান (৬.২১ কোটি)
শিলচৰত পানী যোগান প্ৰকল্প (১৬১.৩৫ কোটি)
গুৱাহাটীত মটৰৰহিত পৰিবহন ব্যৱস্থা (৮২.৭৪ কোটি)
পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান প্ৰকল্প আঁচনিৰ ২য় বৰ্ষপূৰ্তিত ৰাজ্যিক বাৰ্ষিক এক্সন পৰিকল্পনা ৰ অধীনত ৩খন পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান চহৰ ক্ৰমে নগাঁও, শিলচৰ আৰু ডিব্ৰুগড়ত উদ্যান সথাপনৰ বাবে আধাৰশিলা স্থাপন।
Title | Size | Detail |
---|---|---|
AMRUT Status Report as on 31 August 2017.pdf | 189.93 KB |