মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অটল মিচন-আয়ু বৰ্দ্ধন আৰু নগৰীয়া ৰূপান্তৰণৰ বাবে

অভিযানৰ ব্যাপ্তি

পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান অধীনত ৫০০খন চহৰ নিৰ্বাচিত কৰি উলিওৱা হয় আৰু এই চহৰসমূহৰ বিবাগসমূহ এনে ধৰণৰ –

  • ১ লাখতকৈ অধিক জনসংখ্যা তথা অনুমোদিত নগৰপালিকা আৰু সামৰিক ছাউনী থকা সকলো চহৰ আৰু নগৰ।
  • উপৰোক্ত বৈশিষ্ট্যসমূহ নথকা সকলো ৰাজধানী চহৰ /নগৰ।
  • হৃদয় আঁচনিৰ অন্তৰ্গত ঐতিহাসিক চহৰ হিচাপে নগৰ উননয়ন মন্ত্ৰালয়ৰ দ্বাৰা চিহ্নিত সকলো চহৰ /নগৰ।
  • মুখ্য নদীসমূহৰ পাৰত থকা ১৩খন চহৰ আৰু নগৰ যাৰ জনসংখ্যা ৭৫,০০০তকৈ বেছি কিন্তু ১ লাখতকৈ কম আৰু
  • পাহাৰীয়া অঞ্চল আৰু পৰ্যটকস্থলীত থকা ১০খন চহৰ (এখন ৰাজ্যৰ পৰা এখন চৰহতকৈ অধিক নহয়)।