মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান

অভিযান

অভিযান

      চহৰীয়া পৰিয়ালসমূহৰ দৰিদ্ৰতা আৰু দুৰ্বলতা দূৰ কৰিবৰ বাবে তেওঁলোকক আত্ম-কৰ্মসংস্থাপন আৰু কৌশলগত সংস্থাপনৰ সুযোগ প্ৰদান কৰা, যাৰ ফলস্বৰূপে তেওঁলোকৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতষ্ঠানৰ জন্ম হয় আৰু তেওঁলোকৰ জীৱনৰ মানদণ্ড প্ৰশংসনীয়ভাৱে উন্নত হয়। এই অভিযানৰ লক্ষ্য হব প্ৰয়োজনীয় সা-সুবিধাৰে সজ্জ্বিত একোটাকৈ ঘৰ এনে দৰিদ্ৰ লোকসকলক প্ৰদান কৰা। তাৰোপৰি এই অভিযানৰ দ্বাৰা নগৰৰ পথৰ দাঁতিত বৰ্তি থকা বিক্ৰেতাসকলৰ জীৱনৰ মানদণ্ডও উন্নত কৰিবলৈ চেষ্টা কৰা হব যাৰ বাবে তেওঁলোকক উপযুক্ত ঠাই, প্ৰতিষ্ঠানিক ঋণ, সামাজিক সুৰক্ষা আৰু আন ব্যৱসায়িক কৌশলো প্ৰদান কৰা হব।