নগৰৰ বসতিস্থল নিৰ্মাণৰ পদ্ধতিসমূহৰ নিয়মাৱলীসমূহ নগৰ উন্নয়ন পৰিকল্পনা গঠন আৰু ৰূপায়ণ নিৰ্দেশিকা, ১৯৯৬ত বিশদভাৱে বৰ্ণনা কৰা হৈছে। এই নিৰ্দেশিকাৰ অন্তঃবস্তুসমূহ এনে ধৰণৰ –
- উন্নয়নত দেখা দিয়া সমস্যাসমূহ আৰু বৰ্তমানৰ পৰিবেশ
- অনুমানিত প্ৰয়োজনসমূহ আৰু অভাৱৰ মূল্যায়ন
- গঠনমূলক লক্ষ্য আৰু উদ্দেশ্য
- গঠনমূলক প্ৰস্তাৱ
- সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ প্ৰস্তাৱ
- ৰূপায়ণ
- নিৰীক্ষণ আৰু পৰ্যালোচনা।