ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ পৰিকল্পনা অনুসৰি নগৰৰ দৰিদ্ৰ পৰিয়ালসমূহক সক্ৰিয় তথা সচেতন কৰি তেওঁলোকৰ বাবে নিজস্ব প্ৰতিষ্ঠান স্থাপনৰ দ্বাৰা দৰিদ্ৰতা দূৰীকৰণত যথেষ্ট সকাহ পাব পাৰি। দৰিদ্ৰ লোকৰ বাবে স্থাপিত এনে প্ৰতিষ্ঠানসমূহৰ স্থানীয় প্ৰশাসন, লোক সেৱা প্ৰদানকাৰী, বেংক, বেচৰকাৰী আৰু অন্যান্য মূলসূঁতিৰ প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰ দ্বাৰা আন দৰিদ্ৰ পৰিয়ালক সামাজিক তথা আৰ্থিক সেৱা আগবঢ়াব পাৰিব।
ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ পৰিকল্পনা অনুসৰি নগৰ অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহক তিনিটা স্তৰত সক্ৰিয় কৰি তুলিব পাৰি- তৃণমূল স্তৰত আত্ম-সহায়ক গোট, বস্তি/ৱাৰ্ড স্তৰত আঞ্চলিক সংঘ আৰু চহৰ স্তৰত চহৰীয়া সংঘ।
Title | Size | Detail |
---|---|---|
Operational Guidelines on Social Mobilisation & Institution Development | 2.32 MB |