মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান
উপাদানসমূহ

ধাৰণক্ষমতা বৃদ্ধি আৰু প্ৰশিক্ষণ (কেপাচিটী বিল্ডিং এণ্ড ট্ৰেইনিং)

উদ্দেশ্য

ধাৰণ ক্ষমতা বৃদ্ধি আৰু প্ৰশিক্ষণৰ উপাদানসমূহৰ মুখ্য উদ্দেশ্য হল-

  • গৃহ নিৰ্মাণ আৰু দৰিদ্ৰতা প্ৰশমন মন্ত্ৰালয় আৰু নগৰ দাৰিদ্ৰতা হ্ৰাকৰণৰ ৰাজ্যিক সংস্থাসমূহে উচ্চ গুণাগুণসম্পন্ন প্ৰযুক্তিগত সহযোগিতা প্ৰদান কৰি জীৱনৰ মানদণ্ড উন্নত তথা দাৰিদ্ৰতা হ্ৰাসকৰণৰ প্ৰতি ৰূপান্তৰ কৰা।
  • ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ দক্ষ আৰু নিৰ্ভুল ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু নগৰ স্তৰৰ শক্তিশালী প্ৰতিষ্ঠানিক ভেটি স্থাপন।
  • ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ ৰূপায়ণৰ বাবে জড়িত হৈ থকা নগৰৰ দৰিদ্ৰ লোকসকলৰ ধাৰণ ক্ষমতা বৃদ্ধি তথা তেওঁলোকৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু যন্ত্ৰপাতিৰ ব্যৱস্থা কৰা।