মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

কাৰ্যাৱলী আৰু লক্ষ্য

কাৰ্যাৱলী –

নগৰ উন্নয়ন বিভাগৰ মূখ্য কামসমূহ এনেধৰণৰ-

  • ৰাজ্যৰ স্থানীয় নগৰীয় সংস্থাসমূহৰ মাজত ১৯৫৬ৰ অধীনত কানুনী উত্তৰ দায়িত্ব পালন কৰা (জবাবদিহী হোৱা)
  • অসম নগৰ আৰু দেশ উন্নয়ন আইন ১৯৫৮ ৰ ধাৰাসমূহ ৰাজ্যৰ প্ৰতিটো নগৰাঞ্চলৰ মুখ্য যোজনা প্ৰকাশৰ জৰিয়তে প্ৰচাৰ কৰা।
  • কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত স্থানীয় নগৰ নিকায়সমূহৰ বিকাশৰ বাবে থকা আঁচনিৰ প্ৰয়োজন অনুসৰি মঞ্জুৰী দিয়া।