নগৰ অঞ্চলত পানী যোগান আঁচনিৰ তালিকা
অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড' আৰম্ভণিৰে পৰা, অৰ্থাৎ ১৯৮৯ ৰ পৰাই অসম চৰকাৰৰ দ্বাৰা, নগৰ অঞ্চলত পানী যোগান আৰু নলা-নদ্দৰ্মাৰ সুবিধা সমূহৰ বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্ত্তত কৰি তাক কাৰ্য্যকৰী/বাস্তৱায়িত কৰা তথা পৰিচালনা/ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণত ন্যস্ত। নগৰ অঞ্চলৰ আবাসীসমূহলৈ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বৰ্ডে আজিলৈকে লোৱা 'নগৰ পানী যোগান আঁচনিসমূহৰ' তালিকা তলত উল্লেখ কৰা হ'ল।
| ক্ৰমিক নং | পানী যোগান আঁচনিৰ নাম | আচ্ছাদিত নগৰ এলেকা | এমএলডিত আঁচনিৰ ক্ষমতা |
|---|---|---|---|
| ১ | যোৰহাট পানী যোগান আঁচনি | যোৰহাট টাউন |
২২.৩৭ |
| ২ | গোলাঘাট পানী যোগান আঁচনি | গোলাঘাট টাউন | ৩.৩৬ |
| ৩ | মৰিয়নি পানী যোগান আঁচনি | মৰিয়নি টাউন | ৭.৯৮ |
| ৪ | দেৰগাওঁ পানী যোগান আঁচনি | দেৰগাওঁ টাউন |
২.২৯ |
| ৫ | গোৱালপাৰা পানী যোগান আঁচনি | গোৱালপাৰা টাউন | ১০.১৩ |
| ৬ | বৰপেটা ৰোড পানী যোগান আঁচনি | বৰপেটা ৰোড৬.২১ টাউন | ৬.২১ |
| ৭ | বিশ্বনাথ চাৰিআলি পানী যোগান আঁচনি | বিশ্বনাথ চাৰিআলি টাউন | ২.১৩ |
| ৮ | নলবাৰী পানী যোগান আঁচনি | নলবাৰী টাউন | ৩.৯ |
| ৯ | ঢেকীয়াজুলি পানী যোগান আঁচনি | ঢেকীয়াজুলি টাউন | ২.১ |
| ১০ | লংকা পানী যোগান আঁচনি | লংকা টাউন |
২.৪ |
| ১১ | বৃহত্তৰ শিলচৰ পানী যোগান আঁচনি | শিলচৰ টাউন | ৮.১ |
| ১২ | নামৰূপ পানী যোগান আঁচনি | নামৰূপ টাউন |
১.২ |
| ১৩ | সোণাৰী পানী যোগান আঁচনি |
সোণাৰা টাউন |
০.১ |
| ১৪ | তিতাবৰ পানী যোগান আঁচনি |
তিতাবৰ টাউন |
১.৮ |
| ১৫ | বোকাখাত পানী যোগান আঁচনি | বোকাখাত টাউন |
১.৯ |
| ১৬ | ধুবুৰী পানী যোগান আঁচনি | ধুবুৰী টাউন |
৭.২ |
| ১৭ | গৌৰীপুৰ পানী যোগান আঁচনি | গৌৰীপুৰ টাউন |
৯.৪ |
| ১৮ | অভয়াপুৰী পানী যোগান আঁচনি | অভয়াপুৰী টাউন |
১.৭ |
| ১৯ | পাঠশালা পানী যোগান আঁচনি | পাঠশালা টাউন | ১.১ |
| ২০ | উত্তৰ লক্ষীমপুৰ পানী যোগান আঁচনি | উত্তৰ লক্ষীমপুৰ টাউন | ১.৮ |
| ২১ | হোজাই পানী যোগান আঁচনি | হোজাই টাউন |
৪.৪৬ |
| ২২ | মঙ্গলদৈ | মঙ্গলদৈ টাউন |
৩.০৭ |
| ২৩ | মাৰ্ঘেৰিটা | মাৰ্ঘেৰিটা টাউন | ৩.৩ |
| ২৪ | বঙ্গাইগাওঁ | বঙ্গাইগাওঁ টাউন |
১৫.০৪ |
| ২৫ | সৰুপথাৰ | সৰুপথাৰ টাউন | ২.৩ |
| ২৬ | খাৰুপেটীয়া | খাৰুপেটীয়া টাউন | ২.৩ |
| ২৭ | শিৱসাগৰ | শিৱসাগৰ টাউন |
১০.৩ |
| ২৮ | আমগুৰি | আমগুৰি টাউন |
১.২ |
| ২৯ | হউলি | হাউলি টাউন |
২.১ |
| ৩০ | মাকুম | মাকুম টাউন | ১.৮ |
| ৩১ | চাবুৱা | চাবুৱা টাউন |
০.৮ |
| ৩২ | লক্ষীমপুৰ(কাছাৰ) | লক্ষীমপুৰ(কাছাৰ)টাউন |
২.৯৭ |
| ৩৩ | নামৰূপ | নামৰূপ টাউন | ১.২ |
| ৩৪ | সৰ্থেবাৰী | সৰ্থেবাৰী টাউন |
১ |
| ৩৫ | নাহৰকটীয়া | নাহৰকটীয়া টাউন |
১.৭ |
| ৩৬ | পলাশবাৰী পানী যোগান আঁচনি | পলাশবাৰী টাউন |
০.৬ |
| ৩৭ | হাইলাকান্দি | হাইলাকান্দ টাউন | ২.৫ |
| ৩৮ | গহপুৰ | গহপুৰ টাউন | ৩.৩ |
| ৩৯ | বিলাচীপাৰা | বিলাচীপাৰা টাউন | ২.১ |
| ৪০ | লক্ষীমপুৰ(গোৱালপাৰা)পানী যোগান আঁচনি | লক্ষীমপুৰ(গোৱালপাৰা)টাউন | ১ |
| ৪১ | বিহপুৰীয়া | বিহপুৰীয়া টাউন |
১.৫ |
| ৪২ | গোছাইগাওঁ | গোছাইগাওঁ টাউন |
১.৯ |
| ৪৩ | লালা পানী যোগান আঁচনি | লালা টাউন | ১.১ |
| ৪৪ | জু- ৰোড পানী যোগান আঁচনি | গুৱাহাটী |
৯.৫ |
| ৪৫ | তেজপুৰ পানী যোগান আঁচনি | তেজপুৰ টাউন | ১৫.৯৬ |